ka nur (Khasi) [ Roman: ka.nur]
    Loading AI analysis...
    Contributed by: Himasri Das on 2023-08-10
    1. (Material Noun-Neuter) An open conduit or channel to carry rainwater or other waste. বৰষুণৰ পানী অথবা অন্য পেলনীয়া পানী উলিয়াই দিবলৈ কৰা খাৱৈ৷
    Contributed by: Himasri Das on 2023-07-21
    2. (Material Noun-Neuter) a long,narrow cut or trench in the ground made by a plough for planting seeds নাঙলৰ ফালেৰে মাটিত ঠেক, অগভীৰ কিন্তু দীঘলীয়াকৈ কৰা ছেদন, দেখাত সৰু নলাৰ নিচিনা| শস্যৰ বীজ সিচিবলৈ নাঙলেৰে মাটি চহাওঁতে মাটিয়ে এই আকৃতি লয়
    Contributed by: Himasri Das on 2023-07-02
    3. (Material Noun-Neuter) A long, narrow furrow on the surface of a wooden item or something else. কাঠ আদিত কাটি দিয়া দীঘলীয়া সৰু খোলনি ৷